അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি মনোবেগে বেলেগৰ দুখ দেখি তাক দূৰ কৰিবৰ কাৰণে প্রেৰণা দিয়ে
ഉദാഹരണം : হে ভগৱান তুমি সকলো জীৱকে দয়া কৰা
പര്യായപദങ്ങൾ : অনুকম্পা, অনুগ্রহ, কৰুণা, দাক্ষিণ্য, দয়া, দৰদ, পুতৌ, প্রসাদ, বেথা, মমতা, মেহেৰবানি
അർത്ഥം : আপোন ব্যক্তি বা নিজতকৈ দুর্বল ব্যক্তিক দুখী বা পীড়িত দেখি ্তেওঁলোকৰ দুখ আদি দূৰ কৰা আচৰণ
ഉദാഹരണം : ঈশ্বৰৰ দয়া আমাৰ সকলোৰে ওপৰত বর্তি আছে
പര്യായപദങ്ങൾ : অনুকম্পা, অনুগ্রহ, কৰুণা, দয়া, ৰহম
ഇൻസ്റ്റാൾ ചെയ്യുക