അർത്ഥം : অতি ্অর্থলোভী ব্যক্তি
ഉദാഹരണം :
আপুনি হিচাপত ইমান কৃপণালি কৰিলে আপোনাকো কৰাইচ ব্যক্তিৰ শাৰীত মানুহে ধৰিবলৈ লʼব
പര്യായപദങ്ങൾ : কৰাইচ
അർത്ഥം : কৃপণালি কৰোতা ব্যক্তি
ഉദാഹരണം :
ৰমেশ বহুত ডাঙৰ কৃপণ কৃপণৰ ধননো কি কামত আহে !
പര്യായപദങ്ങൾ : কৰাইচ
അർത്ഥം : যিজন বেছি খৰচ নকৰে
ഉദാഹരണം :
শেঠ ধনীৰাম কৃপণ লোক, তেওঁ এক ্ পইচাও খৰচ কৰিব নিবিচাৰে
അർത്ഥം : যিজনে ধন ভোগ নকৰে, খৰচ নকৰে আৰু কাকো নিদিয়ে:ইমান ধনী হোৱা স্বত্বেও তেওঁ বৰ কৃপণ
ഉദാഹരണം :
പര്യായപദങ്ങൾ : কঞ্জুস, কটকিনা, কাঠ-কুঠাৰ, কুৱাং, কৰাইচ, গূ-পেৰেত, গূত চাউল ধোৱা, চিকটা কির্পিন, চিপা, চিপিৰা, জিকাজৰী, টানমুঠিয়া, বখিল, বজ্রবটালি, বান্ধকানি, বেতেৰি-চেপা, যখ, হাতে শুকোৱা