അർത്ഥം : স্বামী বা অন্নদাতাৰ কাম বা সেৱা বিশ্বাসযোগ্যতাৰে কৰোতাজন
ഉദാഹരണം :
সকলো চাকৰেই বিশ্বাসী নহয়
പര്യായപദങ്ങൾ : প্রভুভক্ত, বিশ্বাসী, স্বামীভক্ত
അർത്ഥം : নিজক কৰা উপকাৰ মানি লোৱা লোক
ഉദാഹരണം :
আপুনি মোক জেললৈ যোৱাৰ পৰা ৰক্ষা কৰা কাৰণে মই আপোনাৰ ওচৰত কৃতজ্ঞ
പര്യായപദങ്ങൾ : কৃতজ্ঞতাবদ্ধ, কৃতার্থ, ধন্য, বাধিত