അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কুশল হোৱাৰ অৱস্থা বা ভাৱ
ഉദാഹരണം : সকলোৰে মংগল ভগৱানৰ হাতত আছে
പര്യായപദങ്ങൾ : কল্যাণ, মংগল
അർത്ഥം : সুখী আৰু সুস্থভাৱে থকা অৱস্থা
ഉദാഹരണം : ঘৰত সকলো কুশলে আছে
അർത്ഥം : কোনো কাম কৰাৰ বাবে যিজন বিশেষভাৱে যোগ্য
ഉദാഹരണം : অর্জুন ধনুবিদ্যাত নিপুণ আছিল
പര്യായപദങ്ങൾ : অভিজ্ঞ, অভ্যস্ত, কার্যকুশল, দক্ষ, নিপুণ, পকা, পক্ক, পটু, পাকৈত, পার্গত, পাৰঙ্গত, প্রবীণ, পৰিপক্ক, বিচক্ষণ, সিদ্ধহস্ত
ഇൻസ്റ്റാൾ ചെയ്യുക