അർത്ഥം : অক্ষত যোনী কন্যা বা এনেকুৱা ছোৱালী যাৰ পুৰুষৰ সৈতে সহবাস হোৱা নাই
ഉദാഹരണം :
বেশ্যালয়ত কুমাৰীৰ চাহিদা অতি বেছি
പര്യായപദങ്ങൾ : অক্ষতযোনি নাৰী, কন্যা
അർത്ഥം : অবিবাহিত স্ত্রীৰ নামৰ আগত লগোৱা এক সম্বোধন
ഉദാഹരണം :
কুমাৰী প্রেমলতা আমাৰ শ্রেণীত পঢ়ে
അർത്ഥം : যি গৰাকী মহিলাৰ বিবাহ হোৱা নাই
ഉദാഹരണം :
মাক-দেউতাকক অবিবাহিত মহিলাৰ বিয়াৰ চিন্তাই মনোকষ্ট দিয়ে
പര്യായപദങ്ങൾ : অবিবাহিত, অবিবাহিত মহিলা
അർത്ഥം : যি স্ত্রী ৰজস্বলা হোৱা নাই
ഉദാഹരണം :
তেওঁ দুর্গা পূজা উপলক্ষে এঘাৰগৰাকী কুমাৰীক ভোজ খুৱালে
പര്യായപദങ്ങൾ : কুঁৱৰী