അർത്ഥം : বিফলতাৰ কাৰণে হোৱা নিৰাশা
ഉദാഹരണം :
বাৰে-বাৰে পৰীক্ষাত অসফল হোৱাৰ কাৰণে তেওঁ কুণ্ঠাৰে গ্রস্ত হৈ পৰিছে
അർത്ഥം : হয় বা নহয় সূচক স্থিতি
ഉദാഹരണം :
আপুনি মোক পইচা খুজি মোক দ্বিধাত পেলালে
പര്യായപദങ്ങൾ : অনিশ্চয়তা, খকজা, খোকোজা, দুই নাৱত দুই ভৰি, দোদুল্যমানতা, দোধা, দোধোৰ-মোধোৰ, দ্বিধা, দ্বৈধ, বিবুদ্ধিতা