അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : শুকান ঘাঁহ আদিৰ টুকুৰা
ഉദാഹരണം : চৰাইয়ে কুটা কঢ়িয়াই কঢ়িয়াই নিজৰ বাহ সাজি আছে
പര്യായപദങ്ങൾ : খেৰ-কুটা
അർത്ഥം : ধূলি-বালি আদিৰ কণা চকুত সোমালে হোৱা পীড়া বা কষ্ট
ഉദാഹരണം : মোৰ চকুত কুটা সোমাইছে
അർത്ഥം : খুন্দা বা কুটাৰ কার্য
ഉദാഹരണം : শ্যামে ধান কুটাৰ পিছত ্ঘেঁহু পিচি আছে
പര്യായപദങ്ങൾ : খুন্দা, বনা
അർത്ഥം : কোনো বস্তুক দাঁতেৰে সৰু-সৰু টুকুৰা কৰা কার্য
ഉദാഹരണം : মোৰ ঘৰত এটা ডাঙৰ নিগনিয়ে দিনে-ৰাতিয়ে কিবা নহয় কিবা কুটি থাকে
പര്യായപദങ്ങൾ : কুটি থকা
അർത്ഥം : পোক পৰুৱাই কাগজ কাপোৰ আদি খোৱা কার্য
ഉദാഹരണം : উঁই ্পৰুৱাই আলমাৰিত থকা কিতাপবোৰো কুটিলে
പര്യായപദങ്ങൾ : কুটি খোৱা
അർത്ഥം : কুটি থোৱা
ഉദാഹരണം : কুটা মাংসৰ পৰা কেইবা প্রকাৰৰো ব্যঞ্জন তৈয়াৰ কৰিব পাৰি
ഇൻസ്റ്റാൾ ചെയ്യുക