അർത്ഥം : অন্যান্য সৰু জীৱ-জন্তু ধৰা কুকুৰজাতীয় এবিধ বনৰীয়া হিংস্র জন্তু
ഉദാഹരണം :
ভেৰাকেইটাই কুকুৰনেচীয়া বাঘটো দেখি ভয়তে লৰ দিলে
പര്യായപദങ്ങൾ : কুকুৰনেচীয়া বাঘ, চোকাটি, লকয়া
അർത്ഥം : কুকুৰনেচীয়া বাঘৰ মাইকী
ഉദാഹരണം :
মাইকী কুকুৰনেচীয়াজনীয়ে পোৱালিক গাখীৰ খুৱাই আছে
പര്യായപദങ്ങൾ : মাইকী কুকুৰনেচীয়া