അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : জাৰৰ দিনত গোট মাৰি যোৱা আৰু ধৰালৈ লাহে লাহে নামি অহা বায়ুত থকা অতি সূক্ষ্ম জলকণা
ഉദാഹരണം : জাৰৰ দিনত চাৰিওফালে ডাঠ কুঁৱলী পৰি যাতায়াত ব্যৱস্থাত ব্যাঘাত জন্মায়
പര്യായപദങ്ങൾ : কুব্জটিকা, কুহেলিকা
അർത്ഥം : বতাহত মিহলি হৈ থকা ভাপৰ অতি সূক্ষ্ম অণু যি শীতৰ কাৰণে পৃথিৱীত বগা তৰপ হৈ জমা হয়
ഉദാഹരണം : অত্যধিক কুঁৱলী পৰাৰ কাৰণে আলুৰ খেতিডৰা নষ্ট পালে
പര്യായപദങ്ങൾ : কুঁৱলি, কুব্জটিকা, কুহেলিকা, তুহিন, হিম
ഇൻസ്റ്റാൾ ചെയ്യുക