അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কাৰোবাৰ মহত্ত্বপূর্ণ উপল্্ব্ধি
ഉദാഹരണം : আলেকজেণ্ডাৰক তেওঁৰ কৃতিত্বৰ বাবে জনা যায়
പര്യായപദങ്ങൾ : কৃতিত্ব, মহৎ কার্য
അർത്ഥം : খ্যাত হোৱা অৱস্থা বা ভাব
ഉദാഹരണം : শচীন তেণ্ডুলকাৰে ক্রিকেটৰ জৰিয়তে খ্যাতি আৰু ধন দুয়োটাই অর্জন কৰিছে
പര്യായപദങ്ങൾ : খ্যাতি, গুণ-গৰিমা, গুণ-যশ, নাম, নাম-যশ, প্রতিষ্ঠা, প্রসিদ্ধি, যশ, যশস্যা, সুখ্যাতি, সুনাম, সুবাদ, সুযশ
അർത്ഥം : কোনো মহত্ত্বপূর্ণ উপলব্ধিৰ বিৱৰণ
ഉദാഹരണം : শৈশৱত আমি চিন্দাবাদৰ কৃর্তিত্ব পঢ়িছিলো
പര്യായപദങ്ങൾ : কৃতকর্ম, কৃর্তিত্ব
ഇൻസ്റ്റാൾ ചെയ്യുക