അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : এনেকুৱা দণ্ড যাৰ কাৰণে জেলত থাকিবলগীয়া হয়
ഉദാഹരണം : ঘোচ খোৱাৰ অপৰাধত ৰাহুলে কাৰাদণ্ড খাটিব লগা হʼল
പര്യായപദങ്ങൾ : কাৰাদণ্ড, কয়েদ, ঘানি টনা-, জেল, জেল-জৰিমনা, জেলৰ ভাত খোৱা-, শ্রীঘৰ বাস, হাজোত বাস
അർത്ഥം : কোনো ঠাই আদিত বন্দী কৰি ৰখা কার্য
ഉദാഹരണം : পণ্ডিত জৱাহৰলাল নেহৰুৱে কাৰাবাস খাতি থাকোতেও একেৰাহে লিখা-মেলা কৰি আছিল
പര്യായപദങ്ങൾ : কয়েদ, বন্দী
ഇൻസ്റ്റാൾ ചെയ്യുക