പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള কাৰণ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

কাৰণ   বিশেষ্য

അർത്ഥം : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়

ഉദാഹരണം : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়

പര്യായപദങ്ങൾ : অর্থ, কাৰক, নিমিত্ত, মূল, হেতু

അർത്ഥം : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ

ഉദാഹരണം : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?

പര്യായപദങ്ങൾ : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, প্রয়োজন, মতলব, লক্ষ্য, হেতু

അർത്ഥം : অজুহাত দেখুওৱা কার্য ্ বাকোনো কাম নকৰিবৰ কাৰণে মিছা কাৰণ দেখুওৱা ক্রিয়া

ഉദാഹരണം : সৰু লʼৰা-ছোৱালীয়ে স্কুল নাযাবলৈ বিভিন্ন অজুহাত দেখুৱায়

പര്യായപദങ്ങൾ : অচিলা, অজুহাত, আপত্তি, ওজৰ, ওজৰ-আপত্তি, চেলু, দোহাই, বাহনা, বিনাকাৰণ, লেচু