അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো বিশেষ স্থিতিৰে সোঁহাতে বা বাঁওহাতে থকা
ഉദാഹരണം : শ্যাম মোৰ কাষতে বহিল
പര്യായപദങ്ങൾ : ওচৰ
അർത്ഥം : দীঘল আৰু চাৰিচুকীয়া বস্তু অন্তিম অংশ
ഉദാഹരണം : আপোনাৰ শাৰীৰ আগটো কাঁটাত লাগি ধৰিল
പര്യായപദങ്ങൾ : আগ, মূৰ
അർത്ഥം : কাষলতি আৰু ্কঁ্কালৰ মাজৰ যি অংশত কামি হাড় থাকে
ഉദാഹരണം : সীমাই নিজৰ পতিৰ কাষত সাবটি ধৰিলে
പര്യായപദങ്ങൾ : পার্শ্ব
അർത്ഥം : নদী বা জলাশয়ৰ কাষৰ অংশ:তেওঁ ্ নাৱৰ কাৰণে নৈৰ পাৰত ৰৈ আছে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : কিনাৰ, কূল, কূল-কিনাৰ, কূলভূমি, তট, তটভূমি, তীৰ, তীৰভূমি, দাঁতি, পাৰ, বলুকা, সৈকত
അർത്ഥം : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
ഉദാഹരണം : এই কাঁহীখনৰ কাণটো বৰ পাতল
പര്യായപദങ്ങൾ : কাণ, কিনাৰ, প্রান্তৰ, মূৰ
അർത്ഥം : কোনো ঠাইৰ কাষৰ-পাজৰৰ ঠাই
ഉദാഹരണം : তেওঁ ্ মোৰ ওচৰতে থাকে
പര്യായപദങ്ങൾ : ওচৰ, চুবুৰী, নিকট, পার্শ্ব, সন্নিকট, সমীপ
അർത്ഥം : কোনো বস্তু, স্থান আদিৰ কাষৰ ওখ অংশ
ഉദാഹരണം : তেওঁ নদীৰ ্দাঁতিৰ পৰা পানীত জাপ মাৰি দিলে
പര്യായപദങ്ങൾ : কিনাৰ, দাঁতি, পাৰ
അർത്ഥം : নিয়ত স্থানৰ ইফাল-সিফালৰ শেষলৈকে থকা বিস্তাৰ
ഉദാഹരണം : আপোনাৰ কোন ফালে যাবলগীয়া আছে
പര്യായപദങ്ങൾ : দিশ, পিন, ফাল
ഇൻസ്റ്റാൾ ചെയ്യുക