പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള কালি എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

কালি   বিশেষ্য

അർത്ഥം : পাৰ হৈ যোৱা কাল বা সময়

ഉദാഹരണം : এই উপন্যাসখন অতীতৰ ঘটনাৰ ওপৰত আধাৰিত কালিৰ কথা মনত পেলাই দুখী হোৱা ভাল নহয়

പര്യായപദങ്ങൾ : অতীত, অতীত কাল, অতীতকাল, আগৰ সময়, গত কাল, গত সময়, পূর্ব্্কাল, ভূত কাল, ভূতকাল

അർത്ഥം : আজিৰ পূর্বৰ দিনটো

ഉദാഹരണം : এই প্রবন্ধটো যোৱাকালিৰ বাতৰি-কাকতত প্রকাশ হৈছিল

പര്യായപദങ്ങൾ : যোৱাকালি

അർത്ഥം : কাগজ আৰু কাপোৰ আদিত লিখিবলৈ অথবা ছাপ দিবলৈ ব্যৱহাৰ কৰা কʼলা আৰু ৰঙীন তৰল, গাঢ় পদার্থ

ഉദാഹരണം : মোৰ এটা ৰঙা চিয়াঁহীৰ কলম আছে

പര്യായപദങ്ങൾ : চিয়াঁহী, মহী

কালি   ক্ৰিয়া বিশেষণ

അർത്ഥം : আজিৰ এদিন আগৰ দিন

ഉദാഹരണം : মই কালি ইয়াত নাছিলো