അർത്ഥം : কোনো কার্যক্রমৰ বিষয়ে সকলো খা-খবৰ থকা সূচী
ഉദാഹരണം :
কার্যক্রমণিকা মতে কার্যক্রম ্ পুৱা ন বজাৰ পৰা আৰম্ভ হʼব
പര്യായപദങ്ങൾ : কার্যক্রম সূচী, কার্যক্রমণিকা
അർത്ഥം : হোৱা অথবা কৰা কামৰ তালিকা
ഉദാഹരണം :
মই এই মাহৰ কার্যসূচী তৈয়াৰ কৰি লৈছোঁ
പര്യായപദങ്ങൾ : কার্য-সূচী, কার্য্য-সূচী, কার্য্যসূচী