അർത്ഥം : দাঁত আদি বহুৱাই টুকুৰা, আঘাত বা ঘাঁ কৰা:ৰাতি শুৱাৰ সময়ত মহে বৰকৈ কামুৰিলে
ഉദാഹരണം :
അർത്ഥം : মুখত ভৰাই লৈ দুয়োপাৰি ্দাঁতেৰে বাৰে-বাৰে হেঁ্চা কার্য
ഉദാഹരണം :
তেওঁ কলমটো কামুৰি আছে
പര്യായപദങ്ങൾ : কামুৰি থকা, চোৱোৱা
അർത്ഥം : মূৰৰ বিষ কৰা
ഉദാഹരണം :
আধাঘণ্টাৰ পৰা মোৰ মুৰ কামুৰি আছে