അർത്ഥം : আনৰ কাম-কাজ কৰি পেট প্রৱর্তোৱা লোক
ഉദാഹരണം :
শ্রমিকসকলে সুৰঙ্গ খন্দা কাম কৰি আছে
പര്യായപദങ്ങൾ : কাম কৰা মানুহ, বনুৱা, মজদুৰ, মজুৰ, শ্রমজীৱি, শ্রমিক, শ্রমোপজীৱি
അർത്ഥം : যিয়ে কাৰোবাৰ ঘৰত থাকি বা কোনো মালিকৰ তলত থাকি সেৱা আগবঢ়ায়
ഉദാഹരണം :
মোৰ চাকৰজন এসপ্তাহৰ কাৰণে ঘৰলৈ গৈছে বাতৰিটোত প্রকাশ পাইছে যে এজন লগুৱাই মালিকক হত্যা কৰিলে
പര്യായപദങ്ങൾ : অনুচৰ, আলধৰা, গেবাৰ, গোলাম, চাকৰ, দাস, পাঁচনি, পৰিচাৰিকা, বান্দা, ভৃত্য, লগুৱা, লগুৱা-লিকচৌ, লা-লিগিৰা, লিগিৰা, সেৱক