പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള কাপ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

কাপ   বিশেষ্য

അർത്ഥം : যি উপকৰণেৰে কিবা লিখা হয় যিহৰ দ্বাৰা লিখাৰ কাম কৰা হয়

ഉദാഹരണം : প্রাচীন কালত মৌৰাৰ পাখি কলমৰ ৰূপত ব্যৱহাৰ কৰিছিল

പര്യായപദങ്ങൾ : কলম

അർത്ഥം : প্রতিযোগিতা আদিত বিজেতাক দিয়া পাত্রৰ আকাৰৰ ধাতুৰ নির্মিত বস্তু বিশেষ

ഉദാഹരണം : তেওঁ ্দৌৰ প্রতিযোগিতাত অংশগ্রহণ কৰি ্স্বর্ণ্্কাপ অর্জন কৰিলে

അർത്ഥം : কাগজ আদিত চিঞাহীৰ সংযোগত লিখা উপকৰণ

ഉദാഹരണം : এই কলমটো মোক এজন বন্ধুৱে উপহাৰস্বৰূপে দিছে

പര്യായപദങ്ങൾ : কলম, নিজৰি কাপ, পেন, লেখনী

അർത്ഥം : জয়লাভৰ উপলক্ষে দিয়া বস্তু বিশেষ

ഉദാഹരണം : এই কাপটো মই দৌৰ প্রতিযোগিতাত পাইছোঁ

പര്യായപദങ്ങൾ : ট্রফী

അർത്ഥം : চাহ বাকি খাবলৈ ধাতু, মাটি আদিৰে সজা এবিধ সৰু বাচন

ഉദാഹരണം : কাপটো হাতৰ পৰা পৰি ভাগিল

പര്യായപദങ്ങൾ : চষক, পান-পাত্র, পিয়লা, বাটি