അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : শোভিত হোৱা অৱস্থা বা ভাব
ഉദാഹരണം : সূর্যাস্তৰ সময়ত আকাশৰ সৌন্দর্য ্চাবলগীয়া হয়
പര്യായപദങ്ങൾ : সৌন্দর্য, ্শোভা, ৰমণীয়তা
അർത്ഥം : এক ধৰণৰ প্রকাশ বা পোহৰ
ഉദാഹരണം : তেওঁৰ চেহেৰাৰ জেউতি স্পষ্টৰূপত জিলিকি আছিল
പര്യായപദങ്ങൾ : আভা, জেউতি, জ্যোতি, দীপ্তি, দ্যুতি, প্রভা, বিভা
അർത്ഥം : কোনো নাৰীৰ উৎকৃষ্ট শাৰীৰিক সৌন্দর্য
ഉദാഹരണം : তেওঁৰ ্ কান্তি নিৰুপম
പര്യായപദങ്ങൾ : সৌন্দর্য, ৰূপ
അർത്ഥം : ৰত্নৰ উজ্জ্বলতা বা দীপ্তি
ഉദാഹരണം : হীৰাৰ চিকমিকনিয়ে চকু চাঁট মাৰি ধৰিছে
പര്യായപദങ്ങൾ : আভা, উদ্দীপ্তি, চকমক, চকমকনি, চমক, চিকমিক, চিকমিকনি, ছাটি, জকমকনি, জলমলনি, জিলিকনি, ঝকমকনি, ঝিলিকনি
ഇൻസ്റ്റാൾ ചെയ്യുക