അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : ফল, ফুল বা মূল্যবান গছ-গছনি আদি নিয়াৰিকৈ ৰুই থোৱা স্থান:লʼৰা-ছোৱালীবোৰে বাগিচাত মধুৰিআম পাৰি আছিল
ഉദാഹരണം :
പര്യായപദങ്ങൾ : উদ্যান, বাগ, বাগান, বাগিচা
അർത്ഥം : যʼত বহু ঠাই জুৰি গছ-গছনি, জোপোহা আদিৰে ভৰি থাকে
ഉദാഹരണം : প্রাচীন কালত ঋষি-মুনিসকলে হাবিত বাস কৰিছিল
പര്യായപദങ്ങൾ : অটবী, অৰণ্য, অৰণ্যানী, গছনি, জংগল, জংঘল, জঙ্গল, জঙ্ঘল, জাৰণি, ঝাৰণি, বন, বননি, বনানি, বিপিন, হাবি, হাবি-বননি, হাবিয়নি
ഇൻസ്റ്റാൾ ചെയ്യുക