പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള কাটা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

কাটা   বিশেষ্য

അർത്ഥം : কোনো সঁজুলি আদিত যিডাল তাৰ বা কাটাই কোনো বিশেষ পৰিমাণ, সংখ্যা, দিশ আদি নির্দেশ কৰে

ഉദാഹരണം : এই ঘড়ীটোৰ ঘন্টাৰ কাটাডাল ৰৈ গʼল

അർത്ഥം : গছৰ গা-গছ, ডাল, পাত আদিৰ পৰা ওলোৱা জোঙা অংশ, যি বেজীৰ নিচিনা হয়

ഉദാഹരണം : হাবিত থাকোতে তেওঁৰ ভৰিত ্ কাঁইট সোমাল

പര്യായപദങ്ങൾ : কণ্টক, কাঁইট, তৰুনখ, শূল, হুল

അർത്ഥം : মানুহে আহাৰ খাওতে ব্যৱহাৰ কৰা ত্রিশুলৰ নিচিনা এবিধ আহিলা

ഉദാഹരണം : কাটা, ছুৰিৰে আহাৰ খোৱাৰ ঢং সকলোৱে নাজানে

പര്യായപദങ്ങൾ : কাঁটা

അർത്ഥം : কোনো জোখ-মাখ কৰা উপকৰণত লাগি থকা দীঘল, মিহি, জোঙা অংশ, যি কোনো জোখ-মাপ দেখুৱায়

ഉദാഹരണം : কম্পাচৰ কাঁটাই উত্তৰ-দক্ষিণ সূচিত কৰিছে

പര്യായപദങ്ങൾ : কাঁটা