അർത്ഥം : শুকান ৰূপত পোৱা এবিধ বাদামজাতীয় ফল!
ഉദാഹരണം :
তেওঁ পুষ্টি লাভৰ কাৰণে সদায় কাজু, কিচমিচ আদি খায়
അർത്ഥം : এবিধ চিৰসেউজ গছ যাৰ ফল.....
ഉദാഹരണം :
এটা বান্দৰে কাজু গছৰ ডাল লৰাই আছে
പര്യായപദങ്ങൾ : কাজু গছ, কাজু বাদামৰ গছ