അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : অনাহকত তর্ক কৰি থকা ব্যক্তি
ഉദാഹരണം : কাজিয়াখোৰ ব্যক্তিৰ সৈতে কথা পতা উচিত নহয়
പര്യായപദങ്ങൾ : কুতৰ্কী, বিতণ্ডাবাদী
അർത്ഥം : যি সম্বন্ধত কাজিয়া বা গণ্ডগোল হʼব পাৰে
ഉദാഹരണം : মই কোনো কন্দলীয়া বিষয়ত সোমাব নিবিচাৰোঁ
പര്യായപദങ്ങൾ : কন্দলীয়া, দন্দখোৰ
അർത്ഥം : সমানে সমানে কাজিয়া কৰোঁতা
ഉദാഹരണം : কাজিয়াখোৰ মানুহৰ পৰা আঁতৰি থকাই ভাল
പര്യായപദങ്ങൾ : কলহপ্রিয়, ্কর্কশ
അർത്ഥം : যি ্কর্কশ ্স্বভাৱৰ বা যিয়ে কাজিয়া কৰি থাকে
ഉദാഹരണം : মনোহৰ এজনী উগ্রা নাৰীৰ পাল্লাত পৰিল
പര്യായപദങ്ങൾ : উগ্রা, দন্দুৰী
ഇൻസ്റ്റാൾ ചെയ്യുക