പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള কাজিয়া എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

কাজিয়া   বিশেষ্য

അർത്ഥം : কোনো কথাত হোৱা দন্দ্ব বা তর্কা-তর্কি

ഉദാഹരണം : তেওঁ ্ কাজিয়াৰ কাৰণ জানিব বিচাৰিছে

പര്യായപദങ്ങൾ : কন্দল, কলহ, কলৌ, কাজিয়া-পেচাল, খৰিয়াল, জগৰা, ঝগড়া, দন, দন-খৰিয়াল, দন-হাই, দন্দ-খৰিয়াল, দন্দ্ব, বাদ-বিবাদ, বিবাদ, যুঁজ, যুঁজ-্বাগৰ, হাই-কাজিয়া, হুৰা-মুৰা, হুৰামুৰি

അർത്ഥം : দুজন ব্যক্তিয়ে বা দুটা দলে শত্রুতাপূর্ণ ব্যৱহাৰ কৰি নিজৰ-নিজৰ মতত এজনে আন জনৰ বিৰুদ্ধে অটল হৈ ভাব

ഉദാഹരണം : সৰু কথাটোক লৈয়েই তেওঁলোক দুজনৰ মাজত কাজিয়া লাগিল

പര്യായപദങ്ങൾ : খৰিয়াল, থোতা-মোজা, দন, দন্দ

അർത്ഥം : হাত-ভৰিৰে টনা-আজোঁৰা কৰি মাৰপিট কৰা কার্য

ഉദാഹരണം : তেওঁলোক দুজনৰ মাজত তুমুলভাৱে কাজিয়া লাগিল

പര്യായപദങ്ങൾ : মাৰপিট