അർത്ഥം : মাছৰ দেহৰ ভিতৰত থকা কাঁইটৰ নিচিনা হাড়
ഉദാഹരണം :
মাছ খাই থাকোতে ৰামুৰ মুখত কাঁইট লাগি ধৰিলে
പര്യായപദങ്ങൾ : কাঁইট, মাছৰ কাঁইট, মাছৰ কাঁটা
അർത്ഥം : মানুহে আহাৰ খাওতে ব্যৱহাৰ কৰা ত্রিশুলৰ নিচিনা এবিধ আহিলা
ഉദാഹരണം :
কাটা, ছুৰিৰে আহাৰ খোৱাৰ ঢং সকলোৱে নাজানে
പര്യായപദങ്ങൾ : কাটা
അർത്ഥം : কোনো জোখ-মাখ কৰা উপকৰণত লাগি থকা দীঘল, মিহি, জোঙা অংশ, যি কোনো জোখ-মাপ দেখুৱায়
ഉദാഹരണം :
কম্পাচৰ কাঁটাই উত্তৰ-দক্ষিণ সূচিত কৰিছে
പര്യായപദങ്ങൾ : কাটা