അർത്ഥം : শাৰীৰিক বা মানসিক বেদনা দি ব্যাকুল কৰা
ഉദാഹരണം :
ৰজাই যুদ্ধ-বন্দীসকলক বহুত শাস্তি দিলে
പര്യായപദങ്ങൾ : যাতনা দিয়া, শাস্তি দিয়া
അർത്ഥം : কাৰোবাৰ ঘা আদি এনেদৰে চুৱা যাৰ কাৰণে তেওঁ কষ্ট অনুভৱ কৰে
ഉദാഹരണം :
অকস্মাতে তেওঁ ্মোৰ ফোঁহাটোত দুখ দিলে
പര്യായപദങ്ങൾ : দুখ দিয়া
അർത്ഥം : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া
ഉദാഹരണം :
বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে
പര്യായപദങ്ങൾ : উৎপীড়ন কৰা, জ্বলোৱা, দুঃখ দিয়া, দুখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া, শাস্তি দিয়া