അർത്ഥം : বাস্তৱত নথকা কিন্তু কল্পনাৰ দ্বাৰা মূর্ত ্হোৱা বস্তু
ഉദാഹരണം :
কিছুমান লোকৰ মতে ভূত এক কল্পনা কিছুমান কবিৰ কল্পনাই তেওঁলোকৰ কবিতাসমূহৰ কেন্দ্রবিন্দু
പര്യായപദങ്ങൾ : কল্পিত বস্তু, কাল্পনিক বস্তু
അർത്ഥം : কোনো নেদেখা-নুশুনা বস্তুৰ স্বৰূপ উপল্্ব্ধি কৰিব পৰা মনৰ এক প্রকাৰ ভাব বা শক্তি
ഉദാഹരണം :
খনিকৰে কল্পনাৰে শিলত খোদাই কৰি মূর্তৰূপ ্ প্রদান কৰে