അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিয়ে লাঞ্ছনা পাইছে বা যাৰ কলংক লাগিছে
ഉദാഹരണം : মোহন এজন ব্যক্তি
പര്യായപദങ്ങൾ : কলংকিত, দাগী, লাঞ্ছিত
അർത്ഥം : যি ্ ধর্মানুসৰি পবিত্র নহয়
ഉദാഹരണം : হিন্দুসকলে বিশ্বাস কৰে যে কোনো অপবিত্র স্থানত গংগাজল চটিয়াই দিলে সেই ঠাই পবিত্র হৈ যায়
പര്യായപദങ്ങൾ : অপবিত্র, অপুণ্য, অপৱিত্র, অশুচি, অশুদ্ধ, দুষিত
അർത്ഥം : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়
ഉദാഹരണം : স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে
പര്യായപദങ്ങൾ : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, অপৰিষ্কৃত, আবিল, ক্লেদাক্ত, খেহেটা, ঘোলা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা, লেতেৰা-পেতেৰা
ഇൻസ്റ്റാൾ ചെയ്യുക