പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള কল എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

কল   বিশেষ্য

അർത്ഥം : বিজুলী, খনিজ তেল, কয়লা আদিৰে বেলেগ বেলেগ সা-সৰঞ্জাম পৰিচালিত কৰা যতন বিশেষ

ഉദാഹരണം : ইঞ্জিনৰ বিজুতিৰ বাবে উৰাজাহাজখনে অৱতৰণ কৰিব লগা হʼল

പര്യായപദങ്ങൾ : ইঞ্জিন, চলন যন্ত্র, মেচিন, যন্ত্র

അർത്ഥം : দীঘলীয়া মঙহাল আৰু মিঠা সোৱাদৰ ফল লগা, দুই-তিনি মিটাৰ দীঘল পাতৰ এবিধ গছ, যি এবাৰ ফল দি মৰি যোৱা

ഉദാഹരണം : তেওঁ ঘৰৰ পিছফালে কলগছ ৰুইছে

പര്യായപദങ്ങൾ : কদলীগছ, কলগছ

അർത്ഥം : কোনো বিশেষ কাম কৰিবলৈ বা কোনো বস্তু বনাবলৈ ব্যৱহাৰ কৰা উপকৰণ

ഉദാഹരണം : আধুনিক যুগত নতুন নতুন যন্ত্রৰ সৃষ্টি হৈ আছে

പര്യായപദങ്ങൾ : মেচিন, যন্ত্র, যন্ত্র-পাতি

അർത്ഥം : এবিধ দীঘলীয়া মঙহাল মিঠা ফল

ഉദാഹരണം : তেওঁ ্ কল খাই আছে

പര്യായപദങ്ങൾ : কদলী, ৰম্ভা