അർത്ഥം : কোনো বস্তু আদি লুপ্ত হৈ অলপ থাকি যোৱা
ഉദാഹരണം :
বৰষুণ নোহোৱাৰ ফলত নদীত পানী কমি আহিছে
പര്യായപദങ്ങൾ : তাকৰ হোৱা, ন্যূন হোৱা
അർത്ഥം : কোনো বস্তু আকাৰ, সীমা বা প্রসাৰতা আদিত সৰু হৈ অহা
ഉദാഹരണം :
তেওঁৰ ্উপার্জন কমি আহিছে
പര്യായപദങ്ങൾ : সংকুচিত হোৱা
അർത്ഥം : যিটো কম হৈ আহিছে বা তললৈ গৈ আছে
ഉദാഹരണം :
তেওঁলোকৰ মাজত কমি অহা আত্মীয়তা দেখি মই বিচলিত হʼলে
പര്യായപദങ്ങൾ : হ্রাস পোৱা