അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কম হৈ অহা কার্য
ഉദാഹരണം : বানপীড়িত গঞাই নদীৰ পানী কমা দেখি অলপ সকাহ পালে
പര്യായപദങ്ങൾ : টুটা
അർത്ഥം : নামি যোৱা বা কমি যোৱা
ഉദാഹരണം : আজি ৰাতিপুৱাহে তেওঁৰ জ্বৰ কমিল
പര്യായപദങ്ങൾ : নমা
അർത്ഥം : একেবাৰে আদায় নোহোৱা
ഉദാഹരണം : হাজাৰৰ পৰা এশ টকা কমি গʼল
അർത്ഥം : মূল্য অৱনমিত হোৱা বা কমি অহা
ഉദാഹരണം : আজিকালি সোণৰ দাম নামিছে
പര്യായപദങ്ങൾ : নমা, পৰা
അർത്ഥം : ঘাটি হোৱা বা কমি যোৱা
ഉദാഹരണം : বৰষুণ কম হোৱাৰ কাৰণে এই বছৰ ফচল কমিল
അർത്ഥം : ক্ষীণ হোৱা
ഉദാഹരണം : ৰোগীৰ শৰীৰ দিনে-দিনে কমি আহিছে
പര്യായപദങ്ങൾ : কমি যোৱা
ഇൻസ്റ്റാൾ ചെയ്യുക