അർത്ഥം : নেমু প্রজাতিৰ এবিধ সুগন্ধি, ৰসাল আৰু মিঠা সোৱাদযুক্ত ফল
ഉദാഹരണം :
তেওঁ ্সদায় কমলাৰ ৰস খায়
പര്യായപദങ്ങൾ : কমলা টেঙা
അർത്ഥം : কমলাৰ বাকলিৰ নিচিনা ৰং বা ৰঙা আৰু হালধীয়া মিহলাই উলিওৱা ৰং
ഉദാഹരണം :
চিত্রশিল্পীজনে কমলা ৰঙেৰে ছবিখন বুলাই আছে
പര്യായപദങ്ങൾ : কমলা ৰং, সুমথিৰা, সুমথিৰা ৰং
അർത്ഥം : নেমুজাতীয় এবিধ মজলীয়া আকাৰৰ গছ
ഉദാഹരണം :
কমলা গছৰ ফল খাবলৈ মিঠা, সুগন্ধি ৰসাল
പര്യായപദങ്ങൾ : কমলা গছ, সুমথিৰা, সুমথিৰা গছ, সোণতৰা গছ