അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিহেৰে কোনো বস্তু আদি ঢাকি থোৱা হয় বা ঢাকিবৰ কাৰণে ব্যৱহাৰ কৰা বস্তু
ഉദാഹരണം : আচ্ছাদকৰ বস্তু সুৰক্ষিত হৈ থাকে
പര്യായപദങ്ങൾ : আচ্ছাদক, আচ্ছাদন, আৱৰণ, ঢাকনি
അർത്ഥം : ওপৰত থকা কোনো তৰপ বিশেষ যাৰ তলত কোনো ফল বা জীৱ থাকে
ഉദാഹരണം : বাদামৰ ওপৰত বহুত টান খোলা থাকে
പര്യായപദങ്ങൾ : আৱৰণ, খোলা
അർത്ഥം : লো আদিৰে তৈয়াৰী আৱৰণ, যিয়ে যুদ্ধৰ সময়ত অস্ত্র-শস্ত্রৰ পৰা যুদ্ধাক সুৰক্ষা প্রদান কৰা
ഉദാഹരണം : আক্রমণৰ পৰা ৰক্ষা পাবৰ কাৰণে কবচ ব্যৱহাৰ কৰা হয়
പര്യായപദങ്ങൾ : অংগৰক্ষী
ഇൻസ്റ്റാൾ ചെയ്യുക