അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : অভ্যাসৰ কাৰণে লিখিবলৈ ব্যৱহাৰ কৰা কিতাপ আকৃতিৰ উকা কাগজ
ഉദാഹരണം : সকলো ছাত্রৰ লগত প্রতিটো বিষয়ৰ একোখনকৈ বহী থকা উচিত
പര്യായപദങ്ങൾ : খাতা, বহী
അർത്ഥം : কিতাপ বা বাতৰি কাকতৰ নকল
ഉദാഹരണം : প্রতিদিনে বাতৰি কাকতৰ বহু হাজাৰ কপি বিক্রী হয়
അർത്ഥം : লেখা আদিৰ আক্ষৰিক স্বৰূপ
ഉദാഹരണം : পৰীক্ষা প্রমাণ পত্রৰ আৰু এখন প্রতিলিপিৰ কাৰণে বিদ্যালয়ত আবেদন পত্র দিয়া হৈছে
പര്യായപദങ്ങൾ : অনুলিপি, নকল, প্রতিলিপি, প্রতিলেখ
ഇൻസ്റ്റാൾ ചെയ്യുക