പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള কথা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

কথা   বিশেষ্য

അർത്ഥം : মনে গঢ়া বা কোনো বাস্তৱিক ঘটনাৰ ওপৰত আধাৰিত এক শ্রুতিমধুৰ বিৱৰণ:মুন্সী ্ প্রেমচাঁদৰ কাহিনীয়ে গ্রাম্য পৰিৱেশৰ সুন্দৰ চিত্র দাঙি ধৰে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : কাহিনী, কাহিনী-কথা

അർത്ഥം : কোনো বিশেষ অৱস্থাত বস্তুতঃ হোৱা কোনো কথা

ഉദാഹരണം : মই মোৰ সৰু কালৰ ঘটনাবোৰ কোনো কাৰণতে পাহৰিব নোৱাৰোঁ

പര്യായപദങ്ങൾ : ঘটনা

അർത്ഥം : কাৰোবাৰ আগত দৃঢ়তা বা প্রতিজ্ঞাপূর্বক্্ভাৱে আমি অমুক কাম নিশ্চয় কৰিম বা কেতিয়াও নকৰোঁ বুলি কোৱা কার্য

ഉദാഹരണം : আধুনিক যুগত বহুত কম লোকেই নিজৰ কথা ৰাখিব পাৰে

പര്യായപദങ്ങൾ : জবান, বচন

അർത്ഥം : মানুহৰ মুখৰ পৰা ওলোৱা অর্থসূচক শ্্ব্দ

ഉദാഹരണം : আনৰ ভাল লগা কথাহে কোৱা উচিত

പര്യായപദങ്ങൾ : বচন, বাণী

അർത്ഥം : কিবা কোৱা কার্য

ഉദാഹരണം : সেনা বিষয়াৰ কথা শুনি সৈনিকসকলে নিজৰ কামত লাগিল

പര്യായപദങ്ങൾ : কথন, বচন, বাক, বাচ্য

അർത്ഥം : গোৱা কার্য ্বা ভাব

ഉദാഹരണം : আমি আজি পণ্ডিত যশৰাজৰ গীতৰ আনন্দ লʼম

പര്യായപദങ്ങൾ : গানবাজনা, গীত, গীতবাজনা, গীতবাদ্য, গীতমাত, গীতি, ধুন, পদ, বোল, সংগীত, সঙ্গীত