പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള কঠিন എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

কঠিন   বিশেষণ

അർത്ഥം : যিটো মোলায়েম নহয়

ഉദാഹരണം : মথোতে ভাল নোহোৱাৰ বাবে খুর্মাখিনি টান হৈ পৰিল

പര്യായപദങ്ങൾ : টান, ্কর্কৰীয়া

അർത്ഥം : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য

ഉദാഹരണം : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল

പര്യായപദങ്ങൾ : অসহজ, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, টান, দুষ্কৰ, দুৰূহ, সুকঠিন

അർത്ഥം : যিটো সহজ নহয়

ഉദാഹരണം : এই কঠিন সমস্যাটোৰ সমাধান সূত্র শীঘ্রে উলিওৱা উচিত

പര്യായപദങ്ങൾ : অসহজ, বিষম

അർത്ഥം : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়

ഉദാഹരണം : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়

പര്യായപദങ്ങൾ : অসহজ, কঠোৰ, দুর্বোধ্য, দুষ্কৰ, দুৰূহ, বিচল

അർത്ഥം : যিটো শুনাত খহটা

ഉദാഹരണം : কাউৰীৰ মাত কঠুৱা সীতাই নিজৰ সন্তানক কেতিয়াও টান কথা নকয়

പര്യായപദങ്ങൾ : কঠুৱা, কর্কশ, টান, হুঁট্া, ্কালনজীয়া

അർത്ഥം : যিটো সোনকালে বুজি পোৱা নাযায়

ഉദാഹരണം : এই কঠিন প্রশ্নটোৰ উত্তৰ প্রশ্নকর্তাক সোধাই ভাল হʼব

പര്യായപദങ്ങൾ : অবোধগম্য, টান, দুৰূহ

അർത്ഥം : যিটো গম্য নহয় বা যাব নোৱাৰা

ഉദാഹരണം : আমি ্ দুর্গম পথৰ পথিক

പര്യായപദങ്ങൾ : অগম্য, দুর্গম, দুর্গম্য, দুৰধিগম্য, দুৰূহ