പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള কটা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

কটা   বিশেষ্য

അർത്ഥം : কেচি বা অন্য কোনো উপকৰণেৰে কটা কার্য

ഉദാഹരണം : মালীয়ে ফুলনিখনৰ কেতবোৰ উদ্ভিদৰ কলম দিছে

പര്യായപദങ്ങൾ : কলম দিয়া

അർത്ഥം : কটোৱাৰ কাম

ഉദാഹരണം : ঠিকাদাৰে বনুৱাবোৰৰ দ্বাৰা খেতিডৰা দোৱাৰ কাম কৰি আছে

പര്യായപദങ്ങൾ : দোৱা

কটা   ক্ৰিয়া

അർത്ഥം : কোনো ধাৰযুক্ত হাথিয়াৰৰ হেঁ্চাৰে কোনো বস্তুক টুকুৰা কৰা

ഉദാഹരണം : পাচলি কাটি আছে

അർത്ഥം : কেঁচি বা কেঁচিৰ নিচিনা কোনো যতনেৰে কটা কার্য

ഉദാഹരണം : মালীজনে বাগিচাৰ গছপুলিবোৰ প্রতি মাহে কাটে

പര്യായപദങ്ങൾ : কলম দিয়া

അർത്ഥം : কোনো বস্তুক বিশেষ আকাৰত আনিবৰ কাৰণে কটা কার্য

ഉദാഹരണം : মালীয়ে মাজে-মাজে বাগিছাখনৰ গছপুলিবোৰ কাটে নাপিতে তেওঁৰ চুলি কাটিলে

അർത്ഥം : কলমৰ ৰেখাৰে কোনো লিখনি বাতিল কৰা কার্য

ഉദാഹരണം : শিক্ষকে ভুল উত্তৰটো কাটিলে

അർത്ഥം : কপাহ পকাই সূতা তৈয়াৰ কৰা কার্য

ഉദാഹരണം : মায়ে লগুণ বনাবলৈ সূতা কাটিছে

പര്യായപദങ്ങൾ : সূতা কটা

അർത്ഥം : কোনো বস্তুৰ পৰা কোনো অংশ পৃথক কৰা

ഉദാഹരണം : গাণনিক বিষয়াজনে মোৰ বেতনৰ পৰা বিশ শতাংশ আয়কৰ কাটিলে

അർത്ഥം : ধাৰাল অস্ত্র আদিৰে কোনো বস্তু আদি দুই বা ততোধিক খণ্ড কৰা বা বহুতো ভাগত বিভক্ত কৰা:মালীজনে গছপুলিবোৰ কলম দিছে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : কলম দিয়া

അർത്ഥം : কোনো এক ঠাইত এডাল ৰেখাই আন এডাল ৰেখাৰ ওপৰেৰে পাৰ হৈ আগুৱাই গুচি যোৱা

ഉദാഹരണം : জ্যামিতিৰ এই প্রশ্নটোত ভূমিৰেখাক এডাল লম্বৰেখাই সোঁমাজত কাটিছে

কটা   বিশেষণ

അർത്ഥം : কটা যোৱা

ഉദാഹരണം : ৰীমাই কটা বাহুটো দেখি চকখাই উঠিল

പര്യായപദങ്ങൾ : খণ্ডিত, চ্ছিন্ন