അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন
ഉദാഹരണം : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল
പര്യായപദങ്ങൾ : কাটল, কৰ, কৰ-কাটল, খাজনা, টেক্স, শুল্ক
അർത്ഥം : খেতি-বাতিৰ মাটিত লগোৱা কৰ
ഉദാഹരണം : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল
പര്യായപദങ്ങൾ : কাটল, কৰ, কৰ-কাটল, খাজনা, খেৰাজ, টেক্স, শুল্ক
ഇൻസ്റ്റാൾ ചെയ്യുക