അർത്ഥം : স্ত্রীৰ উৰা বস্ত্র বা চাদৰ
ഉദാഹരണം :
শশুৰেকৰ ঘৰলৈ যোৱাৰ সময়ত তেওঁ ্ৰঙা ওৰণি লৈ আছিল
പര്യായപദങ്ങൾ : ওৰণি লোৱা চাদৰ, চাদৰ
അർത്ഥം : মূৰৰ ওপৰত আঁচল লৈ মুখ ঢকা কার্য
ഉദാഹരണം :
গাঁৱত আজিও ওৰণিৰ প্রচলন আছে
പര്യായപദങ്ങൾ : অৱগুণ্ঠন