അർത്ഥം : কোনো কিতাপ আদি ছপা কৰি অনা
ഉദാഹരണം :
তেওঁৰ কবিতাৰ আৰু এটা নতুন সংস্কৰণ ওলাইছে
പര്യായപദങ്ങൾ : প্রকাশিত হোৱা
അർത്ഥം : কোনো পক্ষ বা দল আদিৰ পৰা পৃথক হোৱা কার্য
ഉദാഹരണം :
তেওঁ কংগ্রেছৰ পৰা ওলাল
പര്യായപദങ്ങൾ : পৃথক হোৱা
അർത്ഥം : এৰি দিয়া
ഉദാഹരണം :
এই অঞ্চলৰ কুখ্যাত গুণ্ডাটো কালিহে জেলৰ পৰা ওলাল
പര്യായപദങ്ങൾ : মুক্ত হোৱা
അർത്ഥം : ওচৰৰ পৰা গৈ থকা বা হাতত নথকা
ഉദാഹരണം :
বদ অভ্যাসৰ কাৰণে তেওঁৰ ্চাকৰিটো গুচি গʼল
പര്യായപദങ്ങൾ : গুচি যোৱা
അർത്ഥം : ফোঁহাৰ ৰূপত শৰীৰত উৎপন্ন হোৱা
ഉദാഹരണം :
গৰমৰ দিনত শুভমৰ শৰীৰত ্ফোঁহা ওলায়
അർത്ഥം : হিচাপ হোৱাৰ পিছত কিছুমান ধন কাৰোবৰ জিম্মাত থাকি যোৱা
ഉദാഹരണം :
আপোনাৰ পৰা মোৰ পাঁচ টকা ওলায়
അർത്ഥം : প্রচলিত হোৱা
ഉദാഹരണം :
ইয়াত সদায় নতু নতুন ফেশ্বনৰ কাপোৰ ওলায়
അർത്ഥം : অনায়াসে উচ্চাৰিত হোৱা
ഉദാഹരണം :
গুলী লগাৰ লগে লগে গান্ধীজীৰ মুখৰ পৰা হেʼ ৰাম ওলাল
അർത്ഥം : অন্য কোনোফালে বাঢ়ি থকা
ഉദാഹരണം :
এই মেজখনৰ কোণাটো অলপ ওলাইছে
അർത്ഥം : নিজৰ উৎপত্তি স্থলৰ পৰা প্রকট হোৱা
ഉദാഹരണം :
গংগা গংগোত্রীৰ পৰা ওলাইছে
പര്യായപദങ്ങൾ : নি্র্গত ্হোৱা