അർത്ഥം : সমুদ্র স্তৰৰ পৰা বা ধৰাতলৰ পৰা ওপৰৰ দূৰত্ব
ഉദാഹരണം :
উৰাজাহাজখন বহুত ওপৰত উৰি আছে
പര്യായപദങ്ങൾ : উচ্চতা
അർത്ഥം : লিখা-মেলাৰ একেবাৰে প্রথমত
ഉദാഹരണം :
ওপৰত কিছুমান উদাহৰণ দিয়া হৈছে
അർത്ഥം : সহায়ৰ আধাৰত
ഉദാഹരണം :
মেজৰ ওপৰত ফুলৰ থোপা থোৱা হৈছে