അർത്ഥം : কোনো বস্তুৰ ভৰ, আকাৰ, মূল্য আদি
ഉദാഹരണം :
এক বস্তা চাউলৰ ওজন প্রায় এশ কেজি
പര്യായപദങ്ങൾ : পৰিমাপ
അർത്ഥം : যাৰ মহত্ত্ব আদি বেছি বা যʼত গুৰুত্ব আছে
ഉദാഹരണം :
আমাৰ কথাতকৈ গুৰুৰ কথাৰ ওজন বেছি
പര്യായപദങ്ങൾ : গুৰুত্বপূর্ণ, মহত্ত্বপূর্ণ