അർത്ഥം : লাগি থকা বা ওপৰৰ বস্তু পৃথক কৰা কার্য
ഉദാഹരണം :
কচাইয়ে ছাগলীৰ ছালখন গুচাই আছে
പര്യായപദങ്ങൾ : গুচোৱা
അർത്ഥം : চিলাই আদি এৰাই যোৱা
ഉദാഹരണം :
এই পেন্টটোৰ চিলাই মুকলি হʼল
പര്യായപദങ്ങൾ : খুলি যোৱা, মুকলি হোৱা