പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള এৰাই যোৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

এৰাই যোৱা   ক্ৰিয়া

അർത്ഥം : অংকন কৰা কোনো চিহ্ন আদি নথকা

ഉദാഹരണം : চার্ফত ্কাপোৰ ধুলে কাপোৰৰ দাগ, চেকা আদি গুচে

പര്യായപദങ്ങൾ : আঁত্্ৰা, গুচা

അർത്ഥം : বান্ধি থোৱা বা ফান্দত পৰা কোনো বস্তু আঁতৰি যোৱা কার্য

ഉദാഹരണം : মাছবোৰ জালৰ পৰা এৰাই গʼল

പര്യായപദങ്ങൾ : উন্মুক্ত হোৱা, বন্ধন মুক্ত হোৱা, মুক্ত হোৱা, সুলকি যোৱা

അർത്ഥം : মিলি বা লাগি বা যুক্ত হৈ থকা বস্তু আদি বেলেগ হোৱা

ഉദാഹരണം : কামিজৰ বুটামটো এৰাই গʼল কিতাপৰ পাতবোৰ এৰাবলৈ ধৰিছে জেকি যোৱা বাবে বেৰৰ চিমেন্টবোৰ এৰি গৈছে

പര്യായപദങ്ങൾ : এৰি যোৱা, ওলাই যোৱা, পৃথক হোৱা

അർത്ഥം : কটা বা কোনো মূলবস্তুৰ পৰা আঁতৰি যোৱা কার্য

ഉദാഹരണം : বৰষুণৰ আগেয়ে গছ-গছনি ছিঙি গৈছিল

പര്യായപദങ്ങൾ : ছিঙা, ছিন্ন হোৱা