അർത്ഥം : কোনো বস্তু , চুক্তিপত্র আদি ক্রয়-বিক্রয় কৰাৰ সময়ত কিছু পাৰিশ্রমিকৰ বিনিময়ত মধ্যস্থতা কৰা লোক
ഉദാഹരണം :
এই গাড়ীখন মই দালালৰ যোগেদি কিনিলোঁ
പര്യായപദങ്ങൾ : দালাল
അർത്ഥം : কোনো ব্যক্তি বা সংস্থা আদিৰ ফালৰ পৰা তেওঁলোকৰ প্রতিনিধিৰ ৰূপত কিবা কৰিবৰ কাৰণে যাক নিয়োজিত কৰা হয়
ഉദാഹരണം :
শ্যাম এটা ব্যক্তিগত বেংকৰ এজেণ্ট
പര്യായപദങ്ങൾ : অভি্কর্তা