അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : সঞ্চিত বা একত্রিত কৰা
ഉദാഹരണം : তেওঁ ঘৰ ্সাজিবৰ কাৰণে অতি কষ্ট কৰি এটা এটাকৈ পইচা গোটাইছে
പര്യായപദങ്ങൾ : গোটোৱা, জমা কৰা, সংগ্রহ কৰা, সঞ্চিত কৰা
അർത്ഥം : বিচ্ছুৰিত বা সিঁচৰতি হৈ থকা বস্তুবোৰক কোনো এক ঠাইলৈ অনা বা একগোট কৰা
ഉദാഹരണം : খেতিয়কে সিঁচৰতি হৈ থকা শস্যবোৰ গোটালে
പര്യായപദങ്ങൾ : একগোট কৰা, গোটোৱা
ഇൻസ്റ്റാൾ ചെയ്യുക