അർത്ഥം : সংখ্যা লিখাৰ ক্রমত সেই অন্তিম স্থান যʼত ন বা তাতকৈ কম সূচক অংক লিখা হয়
ഉദാഹരണം :
সাতশ তেইশ (৭২৩)-ক তিনিটা একক স্থানত লিখা হয়
പര്യായപദങ്ങൾ : একক স্থান
അർത്ഥം : গণনা বা সংখ্যাত এক হোৱাৰ অৱস্থা বা ভাৱ
ഉദാഹരണം :
বাৰত দুটা একক আৰু এটা দহক থাকে
അർത്ഥം : কোনো প্রকাৰৰ স্বতন্ত্র বর্গ ্বা সমূহৰ এনেকুৱা এক অংগ বা ভাগ যাক পৃথক ভাৱে বিশ্লেষণ কৰিব পৰা যায়
ഉദാഹരണം :
আমাৰ সমাজখন বহুতো সৰু-বৰ নৃগোষ্ঠীয় এককেৰে গঠিত
അർത്ഥം : কেৱল এটাৰ সৈতে সম্বন্ধ ৰাখোঁতাজন বা যʼত কেৱল এজনেই থাকে
ഉദാഹരണം :
এইটো একক প্রণালী