അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : সর্বশ্রেষ্ঠ জ্ঞান কৰা ঋতু বা মাঘ মাহৰ দ্বিতীয় পক্ষৰ আৰম্ভণিৰ পৰা চʼত মাহৰ প্রথম পক্ষৰ শেষলৈকে ধৰা সময়ছোৱা
ഉദാഹരണം : বসন্তৰ আগমনত প্রকৃতি জাতিষ্কাৰ হৈ উঠিল
പര്യായപദങ്ങൾ : ঋতুপতি, কামসখ, কুসুমাকৰ, কুসুমাগম, বসন্ত, বসন্তকাল, মধুকাল, মধুমাস, হিমান্ত
ഇൻസ്റ്റാൾ ചെയ്യുക