അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : অকপট হোৱা অৱস্থা বা ভাব
ഉദാഹരണം : সৰলতা মানুহৰ ভাল চৰিত্রৰ এটা লক্ষণ
പര്യായപദങ്ങൾ : কপটহীনতা, সৰলতা
അർത്ഥം : সামান্য বা সাধাৰণ হোৱাৰ ভাব বা অৱস্থা
ഉദാഹരണം : চাৰিত্রিক সৰলতা ডাঙৰ-ডাঙৰ বিদ্বানৰ এক গুণ
പര്യായപദങ്ങൾ : অমায়িকতা, সহজতা, সামান্যতা, সৰলতা
അർത്ഥം : সজ্জন হোৱা ভাব
ഉദാഹരണം : ভদ্রতা এটি বহুত ডাঙৰ গুণ
പര്യായപദങ്ങൾ : ভদ্রতা, সজ্জনতা, সাধুতা, সৌহার্দ্যতা
അർത്ഥം : সহজ হোৱা অৱস্থা বা ভাব
ഉദാഹരണം : মোৰ কাৰণে যি কাম কঠিন আছিল অৰুণাই তাক সহজতে কৰি দিলে
പര്യായപദങ്ങൾ : সহজ, সহজতা, সৰলতা
ഇൻസ്റ്റാൾ ചെയ്യുക