അർത്ഥം : কোনো বস্তু বা জীৱক উৰিবলৈ প্রবৃত্ত কৰা
ഉദാഹരണം :
পাইলটে উৰাজাহাজ উৰায়
അർത്ഥം : এবাৰত হেঁ্চা প্রয়োগ বা বল দি পৃথক কৰা বা কাটি দূৰলৈ পেলোৱা
ഉദാഹരണം :
সৈনিকে শত্রুৰ শিৰ উৰাই দিলে
പര്യായപദങ്ങൾ : উৰাই দিয়া
അർത്ഥം : বতাহত ইফালে-সিফালে বিচৰণ কৰোৱা বা প্রসাৰিত কৰোৱা
ഉദാഹരണം :
হোলীত মানুহে আবিৰ আৰু ফাকুৱা উৰায়